আজিম প্ৰেমজি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু অসম ডনবস্কো বিশ্ব বিদ্যালয়ৰ সৌজন্যত অসমত ‘ফেষ্টিভেলছ অৱ লাইফ’ শীৰ্ষক অনুষ্ঠান ‘নিমগ্ন শিক্ষা, কলা আৰু সংস্কৃতিৰ জৰিয়তে ভাৰতৰ নদী, অৰণ্য আৰু পৰ্বতৰ উদযাপন’-ক আধাৰ হিচাপে লৈ আয়োজন
Azim Premji University Hosts National Youth-Led Climate Festival ‘Festivals of Life’ at Assam Don Bosco University, Assam Celebrating India’s Rivers, Forests and Mountains Through Immersive Learning, Art and Culture